নিৰ্বাচন-২০১৯

সমাজৱাদী পাৰ্টীৰ প্ৰথমখন লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থীৰ তালিকা ঘোষণা…

asomiyapratidin
  • লোকসভা নিৰ্বাচনৰ প্রথমখন প্ৰাৰ্থীৰ তালিকা প্ৰকাশ সমাজৱাদী পাৰ্টীৰ।
  • হাথৰাজ লোকসভা নিৰ্বাচনৰ দলটোৰ প্ৰাৰ্থী হ'ব ৰামজী লাল সুমন।
  • মিৰ্জাপুৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা।
  • ৰাজেন্দ্ৰ এছ বিন্দে প্ৰতিদ্বন্দ্বিতা কৰিব এই সমষ্টিটোত।