নিৰ্বাচন-২০১৯

আমেথি জিলা কংগ্ৰেছ কমিটীৰ সভাপতি যোগেন্দ্ৰ মিশ্ৰৰ পদত্যাগ

asomiyapratidin
  • আমেথি জিলা কংগ্ৰেছ কমিটীৰ সভাপতি যোগেন্দ্ৰ মিশ্ৰৰ পদত্যাগ।
  • আমেথিত কংগ্ৰেছৰ পৰাজয়ৰ দায়িত্ব স্বীকাৰ কৰি পদত্যাগ মিশ্ৰৰ।
  • কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীলৈ প্ৰেৰণ কৰিলে পদত্যাগ পত্ৰ।
  • উল্লেখ্য যে, আমেথিত স্মৃতি ইৰাণীৰ হাতত পৰাজিত হয় ৰাহুল গান্ধী।