নিৰ্বাচন-২০১৯

তামিলনাডুৰ কয়ম্বতুৰত পোষ্টেল ভোটগ্ৰহণ…

asomiyapratidin
  • তামিলনাডুৰ কয়ম্বতুৰত পোষ্টেল ভোটগ্ৰহণ।
  • নিৰ্বাচনৰ সময়ত নিজ গৃহৰ পৰা দূৰত থকা সকলৰ বাবে নিৰ্বাচন আয়োগে প্ৰদান কৰিছিল পোষ্টেল ভোটগ্ৰহণৰ সুবিধা।
  • বুধবাৰে কয়ম্বতুৰত পোষ্টেল ভোটগ্ৰহণেৰে ভোটধিকাৰ সাব্যস্ত কৰে কৰ্মৰত নিৰাপত্তাৰক্ষী, আৰক্ষীয়ে।
  • উল্লেখ্য যে, দেওবাৰে অৰুণাচলত অনুষ্ঠিত হৈছিল পোষ্টেল ভোটগ্ৰহণ।