নিৰ্বাচন-২০১৯

প্ৰধানমন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দ

asomiyapratidin
  • প্ৰধানমন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠানত ৰাষ্ট্ৰপতি ভৱনত আহি উপস্থিত হ'লহি ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দ।
  • কিছু সময় পাছতে আৰম্ভ হ'ব শপত গ্ৰহণ অনুষ্ঠান।
  • সুষমা স্বৰাজে শপত নলয় মন্ত্ৰীৰূপে।
  • ৩ মন্ত্ৰী পদ নিদিয়াৰ বাবে শপত গ্ৰহণত অংশ নলয় এনডিএ সহযোগী দল জেডিইউ-এ।