নিৰ্বাচন-২০১৯

নিৰ্বাচনী বিষয়া-কৰ্মচাৰীৰ বাহনত মাওবাদীৰ আই ই ডি বিস্ফোৰণ, নিহত বিষয়া…

asomiyapratidin
  • ওড়িশ্যাত ভয়ংকৰ ঘটনা।
  • নিৰ্বাচনী বিষয়া-কৰ্মচাৰীৰ বাহনত ইআইডি বিস্ফোৰণ সংঘটিত কৰে মাওবাদীয়ে।
  • কন্ধামাল জিলাৰ বাৰলা গাঁৱৰ সমীপত সংঘটিত হয় এই ঘটনা।
  • বিস্ফোৰণৰ পাছত গুলীবৰ্ষণ কৰে মাওবাদীয়ে।
  • মাওবাদীৰ গুলীবৰ্ষণত নিহত নিৰ্বাচনী বিষয়া সঞ্জুক্তা দিগল।
  • ভোটগ্ৰহণ কেন্দ্ৰ অভিমুখে গৈ থকা অৱস্থাত সংঘটিত হয় এই ঘটনা।