কেবিনেট মন্ত্ৰীৰূপে শপত গ্ৰহণ ড০ মহেন্দ্ৰ নাথ পাণ্ডেৰ।উত্তৰ প্ৰদেশৰ চান্দুলী সমষ্টিৰ সাংসদ তেওঁ।মানৱ বিকাশ মন্ত্ৰণালয়ৰ ৰাজ্যিক মন্ত্ৰী আছিল পূৰ্বে।উত্তৰ প্ৰদেশৰ বিজেপিৰ অধ্যক্ষ ৰূপেও কাৰ্যনিৰ্বাহ কৰি আছে তেওঁ।