নিৰ্বাচন-২০১৯

আজি জম্মুত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী…

asomiyapratidin
  • আজি জম্মুৰ কথুৱাত নিৰ্বাচনী প্ৰচাৰ চলাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।
  • প্ৰধানমন্ত্ৰীৰ প্ৰচাৰ অভিযানৰ বাবে বৃহত্‍ জনসভাৰ আয়োজন জম্মু-কাশ্মীৰ বিজেপিৰ।
  • জম্মুৰ লগতে উত্তৰ প্ৰদেশতো বিজেপি প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাব প্ৰধানমন্ত্ৰীগৰাকীয়ে।
  • মোৰাদাবাদ আৰু আলিগড়ৰ দুখন নিৰ্বাচনী সভাত ভাগ ল'‍ব মোডীয়ে।
  • আলিগড়ত দ্বিতীয় পৰ্যায়ত ভোটগ্ৰহণ হোৱাৰ বিপৰীতে মোৰাদাবাদ সমষ্টিত তৃতীয় পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব।