নিৰ্বাচন-২০১৯

ভোটদান কৰিলে মঙলদৈ লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়াই…

asomiyapratidin
  • দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে পুৱাৰে পৰা ভোটগ্ৰহণ কেন্দ্ৰত ভোটাৰ ৰাইজৰ ভিৰ।
  • পুৱা ৭ বজাৰে পৰা আৰম্ভ হৈছে ভোটগ্ৰহণ।
  • পুৱাই ভোটদান কৰিলে মঙলদৈ লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়াই।
  • ৰাইজৰ সৈতে শাৰী পাতি সাব্যস্ত কৰিলে ভোটাধিকাৰ।