- আৰক্ষী থানাৰ ভিতৰতে ত্ৰিপুৰা প্ৰদেশ কংগ্ৰেছৰ অধ্যক্ষৰ খং।
- খঙতে আৰক্ষীৰ সন্মুখতে কাণতলীয়া শোধালে এজনক।
- ত্ৰিপুৰাৰ খোৱাই আৰক্ষী থানাৰ ভিতৰত সংঘটিত হয় এই ঘটনা।
- ত্ৰিপুৰাৰ কংগ্ৰেছ প্ৰাৰ্থী প্ৰজ্ঞা দেৱ বৰ্মনৰ কনভয়ত আক্ৰমণ কৰিছিল লোকজনে।
- ত্ৰিপুৰা প্ৰদেশ কংগ্ৰেছৰ সভাপতি প্ৰদ্যুত কিশোৰ দেৱ বৰ্মনৰ জ্যেষ্ঠ ভগ্নী প্ৰজ্ঞা দেৱ বৰ্মন।
- প্ৰাৰ্থীগৰাকীৰ কনভয়ত আক্ৰমণ কৰাৰ পিছতে আৰক্ষীয়ে আটক কৰিছিল লোকজনক।
- ইয়াৰ পিছতে থানাত উপস্থিত হৈ লোকজনক প্ৰহাৰ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনে।
- এই সমগ্ৰ দৃশ্য বন্দী হয় কেমেৰাত।
- চাওক ভিডিঅ'-