আজি দিল্লীত অনুষ্ঠিত হ'ব কংগ্ৰেছৰ গুৰুত্বপূৰ্ণ বৈঠক।সভাপতি ৰাহুল গান্ধীয়ে আয়োজন কৰিছে এই বৈঠকৰ। লোকসভা নিৰ্বাচনী ফলাফল সন্দৰ্ভত বৈঠক আলোচনা কৰাৰ সম্ভাৱনা আছে। বৈঠকত উপস্থিত থাকিব ৰাজ্য সমূহৰ কংগ্ৰেছৰ মুখ্যমন্ত্ৰীৰ লগতে নেতা-কৰ্মীসকল।