নিৰ্বাচন-২০১৯

শনিবাৰে মনোনয়ন দাখিল কৰিব অমিত শ্বাহে…

asomiyapratidin
  • শনিবাৰে মনোনয়ন দাখিল কৰিব অমিত শ্বাহে।
  • গান্ধীনগৰ লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াব শ্বাহে।
  • সমৰ্থক সকলৰ সৈতে মনোনয়ন দিব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি গৰাকীয়ে।
  • পূৰ্বতে এই সমষ্টিটোত বিজেপিৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰিছিল লালকৃষ্ণ আদৱানীয়ে।