- দিনৰ ১১.৩০ বজালৈকে ৫৪২ খন আসনৰ ভিতৰত ৫৩৪খন আসনৰ ফলাফল ঘোষণা।
- বিজেপিয়ে লাভ কৰিছে ৩০০ খন আসন।
- অগ্ৰগতি লাভ কৰি আছে ৩ খন আসনত।
- কংগ্ৰেছে থমকি ৰ'ল ৫২ খন আসনতে।
- পশ্চিমবংগৰ তৃণমূল কংগ্ৰেছে লাভ কৰিছে ২২ খন আসন।
- দ্ৰাবিড়া মুন্নেতেৰা কাৰাকমে লাভ কৰিছে ২৩ খন।
- জেডিইউৱে লাভ কৰিছে ১৬ খন আসন।
- শিৱসেনাই লাভ কৰিছে ১৮ খন আসন।
- ৱাইএছআৰচিপিয়ে লাভ কৰিছে ২১ খন আসন।
- এখনত অগ্ৰগতি লাভ কৰি আছে দলটোৱে।
- এছপিয়ে লাভ কৰিছে ৫ খন আসন।