সোমবাৰে মনোনয়ন দাখিল কৰিব দিলীপ শইকীয়াই। দিলীপ শইকীয়া মঙলদৈ লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী। মঙলদৈৰ উপায়ুক্ত কাৰ্যালয়ত মনোনয়ন দাখিল কৰিব শইকীয়াই। সহস্ৰাধিক সমৰ্থকক লগত লৈ দাখিল কৰিব মনোনয়ন। লগত সংগ দিব কেবাগৰাকী বিধায়ক আৰু বিজেপি কৰ্মীয়ে।