নিৰ্বাচন-২০১৯

অৰুণাচল, ছিকিমৰ বিধানসভা নিৰ্বাচন, ১৮ প্ৰাৰ্থীৰ নাম ঘোষণা বিজেপিৰ

asomiyapratidin
  • বিজেপিৰ ১৮ গৰাকী প্ৰাৰ্থীৰ নাম প্ৰকাশ।
  • অৰুণাচল প্ৰদেশ আৰু ছিকিম বিধানসভা নিৰ্বাচনৰ বাবে ঘোষণা কৰা হৈছে প্ৰাৰ্থীৰ নাম।
  • অৰুণাচলৰ ৬ বিধানসভা সমষ্টিৰ আৰু ছিকিমৰ ১২ সমষ্টিৰ প্ৰাৰ্থী ঘোষণা বিজেপিৰ।