- বিহাৰত বিজেপি প্ৰাৰ্থীৰ ওপৰত আক্ৰমণ।
- বিহাৰৰ পশ্চিম চম্পৰণ সংসদীয় সমষ্টিৰ বিজেপি প্ৰাৰ্থী সঞ্জয় জেইছৱালৰ ওপৰত আক্ৰমণ।
- ১৬২ আৰু ১৬৩নং ভোটগ্ৰহণ কেন্দ্ৰৰ বাহিৰত বিজেপি প্ৰাৰ্থীগৰাকীৰ ওপৰত লাঠীচালনা।
- অৱশ্যে প্ৰাৰ্থীগৰাকীৰ আহত হোৱা নাই এই আক্ৰমণত।
- ভোটকেন্দ্ৰৰ বাহিৰত এক উত্তেজনাময় পৰিস্থিতি।