নিৰ্বাচন-২০১৯

নিৰ্বাচন আয়োগৰ কঠোৰ পদক্ষেপ! আজাম খানে ল’ব নোৱাৰিব নিৰ্বাচনী প্ৰচাৰত অংশ…

asomiyapratidin
  • সমাজৱাদী পাৰ্টিৰ নেতা আজাম খানে অংশ ল'ব নোৱাৰিব নিৰ্বাচনী প্ৰচাৰত।
  • নিৰ্বাচন আয়োগে লৈছে এই কঠোৰ পদক্ষেপ।
  • মঙলবাৰৰ পুৱা ৬ বজাৰ পৰা ৭২ ঘন্টালৈ চলিব লগা নিৰ্বাচনৰ প্ৰচাৰত অংশ ল'ব নোৱাৰিব নেতাগৰাকীয়ে।
  • নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰাৰ বাবে নিৰ্বাচন আয়োগে গ্ৰহণ কৰিছে এই পদক্ষপে।
  • মঙলবাৰে ৰামপুৰত অনুষ্ঠিত হ'ব সমাজৱাদী পাৰ্টিৰ নিৰ্বাচনী প্ৰচাৰ।