নিৰ্বাচন-২০১৯

৭ বজাৰ পৰা আৰম্ভ ভোটদান, ২৬৪গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয়…

asomiyapratidin
  • আজি প্ৰথম পৰ্যায়ৰ নিৰ্বাচন, পুৱা ৭বজাৰ পৰা আৰম্ভ ভোটদান প্ৰক্ৰিয়া।
  • ২৬৪গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব সাধাৰণ ভোটাৰে।
  • নিৰ্বাচন অনুষ্ঠিত হব ৪৭টা সমষ্টিত।
  • নিৰ্বাচন অনুষ্ঠিত হবলগীয়া সমষ্টি সমূহ হৈছে- মাজুলী, গহপুৰ, বোকাখাত, সৰুপথাৰ, তিতাবৰ, মৰিয়নী, সোণাৰি, মৰাণ, তিনিচুকীয়া, ডিগবৈ, ঢকুৱাখানা, চামগুৰি, কলিয়াবৰ, নাওবৈছা, ধেমাজি, দেৰগাওঁ, টীয়ক, মাহমৰা, থাওৰা, বিহপুৰীয়া আৰু মাৰ্ঘেৰিটা।
  • লগতে লাহোৱাল, দুলীয়াজান, টিংখং, ডুমডুমা, শদিয়া, চাবুৱা, ঢেকীয়াজুলি, চতিয়া, বিশ্বনাখ, খুমটাই, নাজিৰা, বৰচলা, তেজপুৰ, ৰঙাপাৰা, বিহালী, ধিং, বটদ্ৰৱা, ৰূপহাহাট, কলিয়াবৰ, যোৰহাট, আমগুৰি, শিৱসাগৰ, ডিব্ৰুগড়, লখিমপুৰ, জোনাইতো অনুষ্ঠিত হব নিৰ্বাচন।