নিৰ্বাচন-২০১৯

আপৰ পশ্চিম দিল্লী লোকসভা সমষ্টিৰ প্ৰাৰ্থী বলবীৰ সিং জখৰৰ মনোনয়ন পত্ৰ দাখিল

asomiyapratidin
  • আম আদমী পাৰ্টীৰ পশ্চিম দিল্লী লোকসভা সমষ্টিৰ প্ৰাৰ্থী বলবীৰ সিং জখৰৰ মনোনয়ন পত্ৰ দাখিল।
  • বৃহস্পতিবাৰে আবেলি মনোনয়ন পত্ৰ দাখিল কৰে প্ৰাৰ্থীগৰাকীয়ে।
  • প্ৰাৰ্থীগৰাকীৰ মনোনয়ন পৰ্ব দাখিল অনুষ্ঠানত উপস্থিত থাকে জ্যেষ্ঠ আপ নেতা গোপাল ৰায়।
  • মনোনয়ন দাখিলৰ পিছতে এখন নিৰ্বাচনী সভাত অংশ লয় প্ৰাৰ্থী বলবীৰ সিং জখৰে।