নিৰ্বাচন-২০১৯

আজি দ্বিতীয় পৰ্যায়ৰ মনোনয়নৰ অন্তিম দিন

asomiyapratidin
  • আজি দ্বিতীয় পৰ্যায়ৰ মনোনয়নৰ অন্তিম দিন।
  • ২৭ মাৰ্চত মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰা হ'ব।
  • মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন ২৯ মাৰ্চ।
  • ১৮ এপ্ৰিলত অসমৰ দ্বিতীয় পৰ্যায়ত ৫টা সমষ্টিত হ'ব ভোটগ্ৰহণ।
  • মঙলদৈ, নগাঁও, কৰিমগঞ্জ, শিলচৰ আৰু ডিফুত হ'ব নিৰ্বাচন।
  • ৮,৯৯২টা ভোটগ্ৰহণ কেন্দ্ৰত অনুষ্ঠিত হ'ব নিৰ্বাচন।
  • দ্বিতীয় পৰ্যায়ত ভোটাৰৰ সংখ্যা ৬,৮৩,৬৪৯৬গৰাকী।