মুখ্য-পৃষ্ঠা

মাজনিশা জুবিন গাৰ্গক আক্ৰমণৰ চেষ্টা, দিছপুৰ থানাত গোচৰ…

asomiyapratidin
  • জনপ্ৰিয় কন্ঠশিল্পী জুবিন গাৰ্গক আক্ৰমণ।
  • বুধবাৰে মাজনিশা দুৰ্বৃত্তৰ আক্ৰমণৰ চেষ্টা শিল্পীগৰাকীক।
  • AS01BY-0675 নং গাড়ীত অহা দুৰ্বৃত্তই আক্ৰমণ কৰাৰ চেষ্টা কৰে জুবিনক।
  • ইতিমধ্যে দিছপুৰ থানাত গোচৰ ৰুজু কৰিছে জুবিনে।
  • গুৱাহাটীৰ ভগডন্তপুৰ অঞ্চলৰ সমীপতে জুবিনক আক্ৰমণৰ চেষ্টা।