মুখ্য-পৃষ্ঠা

ক্ৰিকেটক বিদায় দিলে আন এগৰাকী ভাৰতীয় ক্ৰিকেটাৰে…

asomiyapratidin

ডিজিটেল ডেস্কঃ ক্ৰিকেটক বিদায় দিলে ভাৰতীয় ক্ৰিকেট দলৰ আন এগৰাকী ক্ৰিকেটাৰে। আন্তৰাষ্ট্ৰীয় ক্ৰিকেটৰ সকলো শাখাৰ পৰা বিদায় লোৱা এই ক্ৰিকেটাৰজন হৈছে আম্বাতী ৰায়ুডু। বুধবাৰে ক্ৰিকেটাৰ গৰাকীয়ে বি চি চি আইলৈ অৱসৰ বিচাৰি পত্ৰ প্ৰেৰণ কৰিছে। চলিত বিশ্বকাপত ভাৰতীয় দলত স্থান নোপোৱাক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছিল ৰায়ুডুয়ে। তেওৰ সলনি দলত স্থান পাইছিল বিজয় শংকৰে।