অশান্ত জম্মু-কাশ্মীৰ।বৃহস্পতিবাৰে ২ খন ট্ৰাকৰ ওপৰত গুলীবৰ্ষণ কৰি অগ্নি সংযোগ।.এই ঘটনাত নিহত হৈছে ২ জন লোক।আহত হৈছে এজন লোক।.ট্ৰাক দুখনত আছিল জম্মু-কাশ্মীৰৰ পৰা ফলমূল অনা বাহন।ছপিয়ানত সংঘটিত হৈছে এই ঘটনা।