মুখ্য-পৃষ্ঠা

কোৰোনা যোদ্ধাক মোডী চৰকাৰৰ ইমান অপমান কিয় : ৰাহুল গান্ধী

asomiyapratidin

ডিজিটেল ডেস্ক : সদনত কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যান ৰাজ্যিক মন্ত্ৰী অশ্চিনী কুমাৰ চৈবেই সদনত লিখিত বাবে কৈছিল কোৰোনাত আক্ৰান্ত হৈ মৃত্যু হোৱা দেশৰ কোনো স্বাস্থ্য কৰ্মীৰ হিচাপ কেন্দ্ৰীয় চৰকাৰৰ হাতত নাই । এই সন্দৰ্ভত টুইটাৰ যোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কংগ্ৰেছৰ প্ৰাক্তন অধ্যক্ষ ৰাহুল গান্ধীয়ে ।

টুইটাৰত ৰাহুল গান্ধীয়ে কয় "প্ৰতিকুল তথ্য মুক্ত মোডী চৰকাৰ!বন্তি জ্বলোৱা,কাহি বজোৱাতকৈ তেখেত সকলৰ সন্মান আৰু সুৰক্ষা বেছি গুৰুত্বপূৰ্ন, কোৰোনা যোদ্ধাক মোডী চৰকাৰৰ ইমান অপমান কিয় ?"