মুখ্য-পৃষ্ঠা

বিজেপিত যোগদান কৰাৰ পিছত ভূবনেশ্বৰ কলিতাৰ প্ৰথম প্ৰতিক্ৰিয়া, VIDEO

asomiyapratidin
  • বিজেপিত যোগদান কৰি প্ৰথম প্ৰতিক্ৰিয়া ভূবনেশ্বৰ কলিতাৰ।
  • সংবিধানৰ ৩৭০ ধাৰা বিৰোধিতাৰে বিজেপিত যোগদান কৰাৰ কথা উল্লেখ।
  • অমিত শ্বাহ, নৰেন্দ্ৰ মোডীক প্ৰশংসাত পঞ্চমুখ কলিতা।
  • এই ধাৰা বিলুপ্তিয়ে জম্মু-কাশ্মীৰত উন্নয়ন হ'ব বুলি উল্লেখ।
  • সংবাদ মাধ্যমৰ সন্মুখীন হৈ কলিতাই ক'লে কিয় সিদ্ধান্ত ল'লে বিজেপিত যোগদানৰ।
  • লগতে কলে তেওঁৰ হিন্দী ভাল নহয়।
  • তথাপিও মনৰ ভাৱ প্ৰকাশৰ চেষ্টা কৰিছে হিন্দীতে।