মুখ্য-পৃষ্ঠা

পশ্চিমবংগত তিতলি ঘূৰ্ণি বতাহ, এজনৰ মৃত্যু

asomiyapratidin
  • পশ্চিমবংগত তিতলি ঘূৰ্ণি বতাহে চলাইছে তাণ্ডৱ।
  • ঘূৰ্ণি বতাহৰ ফলত বিস্তৰ ক্ষয়-ক্ষতি হৈছে ৰাজ্যখনত।
  • শুকুৰবাৰে নিশা খৰগপুৰত মৃত্যু হয় এজন লোকৰ।
  • ঘূৰ্ণি বতাহৰ ফলত পথৰ কাষৰ এখন দেৱাল ঘৰৰ ওপৰত ভাগি পৰাৰ ফলত মৃত্যু হয় লোকজনৰ।
  • ৰাজ্যখনৰ বহু ঠাইত বৰ্তমান এনেদৰে বাসগৃহ ভাগি তচনচ কৰিছে তিতলি ঘূৰ্ণি বতাহে।