পশ্চিম বংগত চতুৰ্থ পৰ্যায়ৰ নিৰ্বাচন চলি থকাৰ মাজতে ব্যাপক হিংসাত্মক ঘটনা।সংবাদমাধ্যমৰ বাহনতো আক্ৰমণ দুবৃৰ্ত্তৰ।হুগলীত সংঘটিত হৈছে এই হিংসাত্মক ঘটনা।সংবাদমাধ্যমৰ কেইবাখনো গাড়ীত আক্ৰমণ দুৰ্বৃত্তৰ।