পুলৱামা বিস্ফোৰণত নিহত পশ্চিম বংগৰ শ্বহীদ জোৱানৰ পৰিয়াললৈ আৰ্থিক সাহায্য।৫ লাখ টকাৰ আৰ্থিক সাহায্য ঘোষণা চৰকাৰৰ।এই ঘোষণা কৰিলে মমতা বেনাৰ্জীয়ে।উল্লেখ্য যে, পুলৱামাত সন্ত্ৰাসবাদী আক্ৰমণত নিহত হৈছিল মুঠ ৪৪ জনকৈ জোৱান।