মুখ্য-পৃষ্ঠা

পশ্চিমবংগত বিধ্বংসী অগ্নিকাণ্ড

asomiyapratidin
  • পশ্চিমবংগত বিধ্বংসী অগ্নিকাণ্ড।
  • ৰবিন্দ্ৰ নগৰত অগ্নিকাণ্ডৰ সূত্ৰপাত হৈছে।
  • চিলিগুৰিত সংঘটিত এই অগ্নিকাণ্ড নিৰ্বাপিত কৰাৰ চেষ্টা ৫ খন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীৰ।
  • জুইত জাহ গৈছে প্ৰায় ৭খন ব্যৱসায়িক প্ৰতিষ্ঠান।
  • বৰ্তমান লৈকে জানিব পৰা হোৱা নাই ক্ষয়-ক্ষতিৰ পৰিমাণ।