নাগৰিকত্ব সংশোধনী আইন, এনআৰচি আৰু এনপিআৰৰ বিৰুদ্ধে দাৰ্জিলিঙত তৃণমূল কংগ্ৰেছৰ প্ৰতিবাদী সমদল বাহিৰ।.প্ৰতিবাদী সমদলত অংশ ল'লে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়েও।.কেইবাহাজাৰ লোকে অংশ লৈ 'কা', এনআৰচি, এনপিআৰৰ বিৰুদ্ধে সাব্যস্ত কৰে প্ৰতিবাদ।