- ৬ জনৰ বিৰুদ্ধে বিশ্বাসঘাতকতাৰ গোচৰ প্ৰাক্তন ক্ৰিকেটাৰ বীৰেন্দ্ৰ সেহৱাগৰ পত্নী আৰতী সেহৱাগৰ।
- ৰোহিত কক্কৰ নামৰ এজন লোকৰ লগতে মুঠ ৬ জনৰ বিৰুদ্ধে এজাহাৰ দাখিল।
- আৰতী সেহৱাগৰ ফাৰ্ম নামত ভুৱা চহীৰে চাৰে চাৰি কোটি টকাৰ ঋণ লোৱাৰ অভিযোগ ৰোহিত কক্কৰৰ বিৰুদ্ধে।
- দিল্লীৰ অশোক বিহাৰত ৰোহিত কক্কৰ নামৰ ব্যৱসায়ীজনৰ ফাৰ্মত পাৰ্টনাৰ হৈছিল আৰতী সেহৱাগ।
- সেই সময়তে বিশ্বাসঘাতকাতৰে আৰতীৰ পৰা হস্তাক্ষৰ লৈ ঋণ লোৱাৰ অভিযোগ ।