মুখ্য-পৃষ্ঠা

উত্তৰাখণ্ডত পানীৰ ঢলত উটি গ’ল বিধায়ক…

asomiyapratidin

ডিজিটেল ডেস্কঃ উত্তৰাখণ্ডত ভয়ংকৰ ঘটনা। পাহাৰৰ পৰা নামি অহা পানীৰ ঢলত উটি গ'ল বিধায়ক। বিধায়কজন কংগ্ৰেছ দলৰ হৰিষ ধামি। উত্তৰাখণ্ডৰ ধাৰাছুলা অঞ্চলৰ পিথুৰাগঢ়ত বন্যাৰ্তসকলৰ খবৰ ল'বলৈ গৈছিল বিধায়কজন।

পানীত উটি যোৱা অৱস্থাত বিধায়কগৰাকী

কিন্তু দুৰ্ভাগ্যজনকভাৱে ভৰি পিছলি পানীৰ ঢলত উটি যায় বিধায়কজন। অৱশ্যে দলীয় কৰ্মী তথা সমৰ্থকসকলৰ তত্পৰতাত উদ্ধাৰ কৰিবলৈ সক্ষম হয় বিধায়কগৰাকীক।