Uttrakhand avalanche
Uttrakhand avalanche 
মুখ্য-পৃষ্ঠা

উত্তৰাখণ্ডৰ হিমস্খলনত উদ্ধাৰ অভিযান অব্যাহত, এতিয়াও সন্ধানহীন অসমৰ দীপশিখা...

Asomiya Pratidin
  • উত্তৰাখণ্ডৰ হিমস্খলনস্থলীত অব্যাহত আছে উদ্ধাৰ অভিযান।

  • সেনাৰ অভিযানত বৰ্তমানলৈকে উদ্ধাৰ হৈছে ১৬টা মৃতদেহ।

  • উদ্ধাৰ কৰা হৈছে ২গৰাকী প্রশিক্ষক আৰু ১৪গৰাকী প্রশিক্ষাৰ্থী।

  • এতিয়াও সন্ধান ওলোৱা নাই গুৱাহাটীৰ দীপশিখা হাজৰিকাৰ।

  • উত্তৰ কাশী জিলাত সংঘটিত হৈছিল হিমস্খলনৰ ঘটনা ।

  • ২৯ জনীয়া পৰ্বতাৰোহীৰ এটা দল আৱদ্ধ হৈছিল বৰফৰ মাজত।