মুখ্য-পৃষ্ঠা

উত্তৰাখণ্ডত পথ দুৰ্ঘটনা, নিহত জোৱান

asomiyapratidin
  • উত্তৰাখণ্ডত শোকাৱহ পথ দুৰ্ঘটনা।
  • এখন আইটিবিপিৰ বাছ নিয়ন্ত্ৰণহীন হৈ বাগৰে দ' খাৱৈত।
  • দুৰ্ঘটনাটোত নিহত হয় আইটিবিপিৰ এজন জোৱান।
  • হাল্ডৱানীৰ পৰা মিৰঠি অভিমুখে গৈ থকা পথ এই দুৰ্ঘটনা।
  • ঘটনাস্থলীত উদ্ধাৰকাৰী দল উপস্থিত হৈ আৰম্ভ কৰে অভিযান।