মুখ্য-পৃষ্ঠা

কৰ্তব্য এৰি নচাত ব্যস্ত আৰক্ষী, তদন্তৰ নিৰ্দেশ উৰ্ধতম কৰ্তৃপক্ষৰ, চাওঁক ভিডিঅ’

asomiyapratidin

ডিজিটেল ডেস্কঃ বেছি ফূৰ্তি কৰিলেও কেতিয়াবা বিপদ আহিব পাৰে। উত্তৰপ্ৰদেশৰ কেইজনমান আৰক্ষীৰ এনে দশাই হ'ল। পথৰ কাষত গাড়ী ৰখাই কেইগৰাকীমান আৰক্ষীয়ে ফূৰ্তি কৰিছিল নাচি-বাগি। পিছে সেই ফূৰ্তিয়ে কাল হ'ল তেওঁলোকৰ।

আউৰায়া নামৰ স্থানত কৰ্তব্যত নিয়োজিত এইসকল আৰক্ষীয়ে নাচি-বাগি মছগুল হোৱা দৃশ্য ভাইৰেল হ'ল ছ'চিয়েল মিডিয়াত। আৰক্ষীৰ এই নৃত্য দেখি সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ। তাৰপাছতেই উত্তৰপ্ৰদেশ আৰক্ষীৰ উৰ্ধতম কৰ্তৃপক্ষই তদন্তৰ নিৰ্দেশ দিছে। চাওঁক আৰক্ষী নাচি থকা সেই ভিডিঅ'-