মুখ্য-পৃষ্ঠা

সবৰমতি আশ্ৰমৰ পৰা মোটেৰা ষ্টেডিয়ামলৈ ৰাওনা মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প…

asomiyapratidin
  • সবৰমতি আশ্ৰমৰ পৰা মোটেৰা ষ্টেডিয়ামলৈ ৰাওনা মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প।
  • কিছু সময় পিছতে মোটেৰা ষ্টেডিয়ামত তেওঁ সম্বোধন কৰিব নমস্তে ট্ৰাম্প শীৰ্ষক অনুষ্ঠানৰ।
  • ৰাষ্ট্ৰপতিগৰাকীৰ আগমণক লৈ আহমেদাবাদত দেখা গৈছে এক উচ্ছাসপূৰ্ণ পৰিৱেশ।
  • কেইবা লক্ষাধিক লোকৰ সমাগম ঘটিছে আহমেদাবাদলৈ।