মুখ্য-পৃষ্ঠা

উৰুকাৰ পৰম্পৰা ৰক্ষাৰ নামত চুড়ান্ত উদ্ভণ্ডালিঃ ফাৰ্ম হাউচৰ গুদামত অগ্নি সংযোগ…

asomiyapratidin
  • উৰুকাৰ নিশা পৰম্পৰা ৰক্ষাৰ নামত চুড়ান্ত উদ্ভণ্ডালি।
  • বান্দৰদেৱাৰ সমীপৰ বৰবালি চমুৱা গাঁৱৰ বিনোদ হাজৰিকা নামৰ ব্যক্তিজনৰ ফাৰ্ম হাউচৰ গুদামত অগ্নিসংযোগ একাংশ দুস্কৃতিকাৰীৰ।
  • অগ্নিনিৰ্বাপক বাহিনী আহিহে নিয়ন্ত্ৰণ কৰে জুই‌।
  • ইতিমধ্যে আৰক্ষী থানাত গোচৰ তৰিছে বিনোদ হাজৰিকাই।
  • পৰম্পৰা ৰক্ষাৰ নামত কৰা এনে চুড়ান্ত উদ্ভণ্ডালিক সচেতন সমাজে তীব্ৰ ভাষাৰে গৰিহনা দিছে