মুখ্য-পৃষ্ঠা

ওৰাঙৰ ১৫নং ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন…

asomiyapratidin
  • ওৰাঙৰ বগৰিবাৰীৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা৷
  • নিহত ২ গৰাকী লোক। নিহত লোক দুগৰাকী ক্ৰমে নৰবাহাদুৰ প্ৰধান আৰু আকাশ প্ৰধান(২৩) বুলি জানিব পৰা গৈছে ।
  • নিহত লোক দুগৰাকীৰ ঘৰ দৰঙৰ মেধিপাৰা বুলি জানিব পৰা গৈছে ।
  • গুৱাহাটীৰ পৰা তেজপুৰ অভিমুখী AS 01MB 4234 নম্বৰৰ ৱেগনাৰ বাহন আৰু মঙ্গলদৈ অভিমুখী AS 13 B 4854 নম্বৰৰ গ্লেমাৰ বাইকৰ মাজত সংঘটিত হয় দুৰ্ঘটনা।