- ঢকুৱাখানাৰ তিনি সমষ্টিত এটাত ইতিমধ্যে জয়লাভ গণশক্তি দলৰ প্ৰাৰ্থী।
- বাকী দুয়োটা সমষ্টিত গণশক্তি দলৰ প্ৰাৰ্থী অগ্ৰগতি।
- উল্লেখ্য যে, এম এ চিৰ অন্তৰ্গত ১৯ টা মহকুমাত মিত্ৰ দলৰ সৈতে পোনপতীয়া প্ৰতিন্ধন্বিতাত নামিছে বিজেপি দল।
- ২০নং গোলাঘাট সমষ্টিৰ সোণোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদ সমষ্টিত বিজেপিৰ প্ৰাৰ্থী ৰাজু সোণোৱাল জয়ী।
- নিকটতম প্ৰতিদ্বন্দ্বী কংগ্ৰেছৰ অজিত সোণোৱাল ২৭৭টা ভোটত পৰাজিত।
২০নং গোলাঘাট সমষ্টিৰ সোণোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদ সমষ্টিত বিজেপিৰ প্ৰাৰ্থী ৰাজু সোণোৱাল- গোৱালপাৰা জিলাৰ ৰাভা হাছং পৰিষদৰ ২০ আসনৰ অনানুষ্ঠানিক ফলাফল ঘোষণা।
- ২০ খনৰ ১৮ খন আসনত প্ৰতিন্বন্দ্বীতা আগবঢ়োৱা ৰাভা হাছং সংগ্ৰামী ঐক্য মঞ্চই জয়লাভ কৰিছে ১৭ খন আসনত।
- আনহাতে বাকী তিনিটা সমষ্টিত কংগ্ৰেছে ১ টা, বিজেপিয়ে ১ টা, আৰু নিৰ্দলীয় প্ৰাৰ্থীয়ে ১ খন আসনত জয়লাভ জয়লাভ কৰিছে ।