মুখ্য-পৃষ্ঠা

৪২লৈ বৃদ্ধি পালে কেৰালাৰ ভূমিস্খলনত মৃত্যু হোৱা সংখ্যা…

asomiyapratidin
  • কেৰেলাৰ ভয়ংকৰ ভূমিস্খলনত নিহত লোকৰ সংখ্যা হৈছেগৈ ৪২গৰাকী।
  • ১৬টা মৃতদেহ উদ্ধাৰ কৰা হৈছে দেওঁবাৰে।
  • ইড্ডুকী জিলাত সংঘটিত হৈছিল এই ভয়ংকৰ ভূমিস্খলন।
  • মৃত্যুৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনা।