- মঙলবাৰে গোৰখপুৰত উপস্থিত উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথ।
- এক সভাত অংশ ল'লে ৰাজ্যখনৰ মুখ্যমন্ত্ৰীগৰাকীয়ে।
- মুখ্যমন্ত্ৰীগৰাকীয়ে সভাত প্ৰশংসা কৰিলে মোডী চৰকাৰৰ।
- উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কয়-
- 'প্ৰধানমন্ত্ৰী মোডী চৰকাৰত দেশবাসীয়ে ঘৰ লাভ কৰিলে প্ৰধানমন্ত্ৰী আৱাস যোঁজনাৰ অধীনত।'
- 'শৌচালয় লাভ কৰিলে স্বচ্ছ ভাৰত মিছনৰ জৰিয়তে।'
- 'উজ্বলা যোঁজনাৰ অধীনত লাভ কৰিলে ৰন্ধন গেছ।'
- 'চিকিৎসালয়ৰ সুবিধা লাভ কৰিলে আয়ুষ্মান ভাৰত যোঁজনাৰ দ্বাৰা।'
- 'এতিয়া কোনো এখন ৰাজ্যহে ভিআইপি নহয়, সকলো ৰাজ্যই ভিআইপি।'