- ইৰাণৰ তেহৰানত দুৰ্ঘটনাত পতিত হৈছে এখন বিমান।
- আন্তৰাষ্ট্ৰীয় সংবাদমাধ্যমত প্ৰকাশিত খবৰনুসৰি , ইউক্ৰেইনৰ বইং–737 বিমানখনত আছিল ১৮০গৰাকী যাত্ৰী।
- এতিয়াও হতাহতৰ সংখ্যা জানিব পৰা নাই যদিও বিমানৰ যাত্ৰীসকলৰ সন্ধানত আৰম্ভ কৰা হৈছে উদ্ধাৰ অভিযান।
https://support.twitter.com/articles/20175256
- তেহৰানৰ পৰা ইউক্ৰেইনৰ ৰাজধানী কিয়েভলৈ ৰাওনা হোৱাৰ সময়তে দুৰ্ঘটনাগ্ৰস্ত হয় বিমানখন।
- মঙলবাৰে পুৱা প্ৰায় ৯ বজাত তেহৰানৰ খুমেইনী বিমানবন্দৰৰ সমীপত সংঘটিত হয় এই দুৰ্ঘটনা।
- কাৰিকৰী বিজুতিৰ বাবে উৰণৰ কিছুসময় পিছতে দুৰ্ঘটনাত পতিত হয় বিমানখন।
- প্ৰাপ্তখবৰুনসৰি, ইৰানে আমেৰিকান সেনাৰ ওপৰত মঙলবাৰে কৰা আক্ৰমণৰ কিছু সময়ৰ পাছতে দুৰ্ঘটনাত পতিত হৈছিল বিমানখন।