মুখ্য-পৃষ্ঠা

ওদালগুৰি আৰক্ষীৰ নিচাজাতীয় দ্ৰব্যবিৰোধী ধাৰাবাহিক অভিযান অব্যাহত…

asomiyapratidin

◆ওদালগুৰি আৰক্ষীৰ ধাৰাবাহিক অভিযান
◆এইবাৰ অভিযানৰ স্থান ওদালগুৰি সদৰ
◆শনিবাৰে নিশা পৰ্যন্ত আৰক্ষীৰ অভিযান
◆অভিযানত উদ্ধাৰ বহু পৰিমাণৰ সুৰা
◆অবৈধভাৱে মজুত ৰাখিছিল সুৰাখিনি
◆সুৰাসহ এজন লোকক গ্ৰেপ্তাৰ আৰক্ষীৰ
◆লোকজনে চলাইছিল সুৰাৰ অবৈধ বেহা
◆অৱশেষত আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ
◆ঘটনা সন্দৰ্ভত ৰুজু কৰা হৈছে গোচ