মুখ্য-পৃষ্ঠা

ষঠ পূজাৰ মাজতে খহি পৰিল মন্দিৰৰ পকী ৱাল, ২ মহিলাৰ মৃত্যু

asomiyapratidin
  • বিহাৰৰ সমষ্টিপুৰত ষঠ পূজা উদযাপনৰ মাজতে অঘটন।
  • ঘাটত পূজা অৰ্চনা চলি থকাৰ সময়তে খহি পৰিল মন্দিৰৰ ৱাল।
  • দুৰ্ঘটনাত দুগৰাকী মহিলাৰ মৃত্যু।
  • নৈত অন্য কেইবাজনো লোক উটি যোৱাৰ আশংকা।
  • এছডিআৰএফ বাহিনীয়ে অব্যাহত ৰাখিছে সন্ধান অভিযান।