জম্মু-কাশ্মীৰৰ বন্দীপাৰাত সেনা-সন্ত্ৰাসবাদীৰ সংঘৰ্ষ।সোমবাৰে পুৱাৰে পৰা হৈছিল এই সংঘৰ্ষ।.সেনাৰ গুলীত নিহত হৈছে ২ সন্ত্ৰাসবাদী।লগতে উদ্ধাৰ কৰা হৈছে অস্ত্ৰ-শস্ত্ৰৰ লগতে বিস্ফোৰক সামগ্ৰী।বৰ্তমানেও সংঘৰ্ষস্থলীত অব্যাহত আছে অভিযান।