- পুলৱামাৰ অৱন্তিপুৰাত নিৰাপত্তাৰক্ষীৰ গুলীত নিহত ২ সন্ত্ৰাসবাদী।
- শুকুৰবাৰে পুৱা অৱন্তিপুৰাত নিৰাপত্তাৰক্ষীয়ে সংঘৰ্ষত লিপ্ত হৈছিল সন্ত্ৰাসবাদীৰ এটা দল।
- অঞ্চলটোত সন্ত্ৰাসবাদীয়ে আত্মগোপন কৰি থকাৰ খবৰ লাভৰ পিছতে অভিযান চলাইছিল নিৰাপত্তাৰক্ষীয়ে।
- নিহত সন্ত্ৰসাবাদী দুজনৰ পৰা উদ্ধাৰ মৰাণাস্ত্ৰ আৰু আপত্তিজনক নথি পত্ৰ।
- এতিয়াও জানিব পৰা হোৱা নাই সন্ত্ৰাসবাদী দুটাৰ পৰিচয়।