মুখ্য-পৃষ্ঠা

মৰিগাঁৱত দুজনৰ দেহত কোৰোনা, আক্ৰান্তৰ সংখ্যা ৩৪ লৈ বৃদ্ধি…

asomiyapratidin
  • ৰাজ্যত পুনৰ ২গৰাকী লোকৰ দেহত কোৰোনা।
  • দুয়োগৰাকী লোকৰ ঘৰ মৰিগাঁঁৱত।
  • লোক ২গৰাকীৰ আছে নিজামুদ্দিন মাৰ্কাজৰ সৈতে পৰোক্ষ সম্পৰ্ক।
  • অসমত কোৰোনাৰ ৰোগীৰ সংখ্যা ৩৪ জনলৈ বৃদ্ধি।
  • ইফালে এতিয়ালৈকে ৫ জন ৰোগী আৰোগ্য হৈছে।
  • এজন লোকে প্ৰাণ হেৰুৱাইছে বৰ্তমানলৈকে অসমত।