- স্বাধীনতা দিৱসৰ পূৰ্বে এল অ' চিত পাক সেনাৰ যুদ্ধ বিৰতি উলংঘন।
- ভাৰতীয় সেনালৈ লক্ষ্য কৰি তংগধাৰ ছেক্টৰত পাক ৰেঞ্জাৰৰ গুলীবৰ্ষণ।
- ভাৰতীয় সেনায়ো দিয়ে যোগ্য প্ৰত্যু্ত্তৰ।
- ভাৰতীয় সেনাৰ গুলীত নিহত ২ পাক সেনা।
- বৰ্তমানো অব্যাহত আছে সংঘৰ্ষ।
- আজি পাকিস্তানে উদযাপন কৰিছে ৭২ সংখ্যক স্বাধীনতা দিৱস।
- তাৰ মাজতে দেশখনৰ সেনাৰ দ্বাৰা সীমান্তত যুদ্ধ বিৰতি উলংঘন।