- জম্মু-কাশ্মীৰত ভাৰতীয় সেনাৰ অভিযান।
- মঙলবাৰে পাক সেনাই দুটাকৈ মিজাইল নিক্ষেপৰ চেষ্টা চলাইছিল।
- কিন্তু ভাৰতীয় সেনা বাহিনীয়ে ধ্বংস কৰে পাকিস্তানৰ মিজাইল দুটা।
- এল অ চিৰ সমীপৰ পুঞ্চ ছেক্টৰত সংঘটিত হয় এই ঘটনা।
- ভাৰতীয় সেনা বাহিনীয়ে অব্যাহত ৰাখিছে অভিযান।