মুখ্য-পৃষ্ঠা

জম্মু-কাশ্মীৰত নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষত নিহত ২ সন্ত্ৰাসবাদী

asomiyapratidin
  • জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰে নিৰাপত্তাৰক্ষীৰ সংঘৰ্ষ।
  • ৰাজ্যখনৰ কুলগাম জিলাৰ কাটাপোৰাত সংঘটিত হয় এই সংঘৰ্ষ।
  • নিৰাপত্তাৰক্ষীৰ গুলীত নিহত হয় দুজন সন্ত্ৰাসবাদী।
  • নিহত সন্ত্ৰাসবাদী দুজনৰ পৰা উদ্ধাৰ বহু পৰিমাণৰ আপত্তিজনক নথি আৰু অস্ত্ৰশস্ত্ৰ।