মুখ্য-পৃষ্ঠা

মাৰ্কিন ৰাষ্ট্ৰপতিক আলিংগন কৰি ভাৰতলৈ আদৰিলে প্ৰধানমন্ত্ৰী মোডীয়ে…

asomiyapratidin
  • বিমানৰ পৰা নামিল ট্ৰাম্প আৰু মেলানীয়া ট্ৰাম্প।
  • প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে জনালে আদৰণি।
  • ট্ৰাম্পক সাৱটি ধৰি উষ্ম আদৰণি জনালে ট্ৰাম্পক।
  • বিমান বন্দৰত কিছু সময় পূৰ্বে অৱতৰণ কৰিছিল মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীৰ বিমান।
  • পত্নীৰ লগতে কন্যা ইভাংকা আৰু জোঁৱাইয়ো আহিচে এই ভাৰত ভ্ৰমণলৈ।
  • বিমান বন্দৰত উপস্থিত আছে ভাৰতৰ কেইবগৰাকীও শীৰ্ষ বিষয়া।
  • গুজৰাটী লোক নৃত্যৰে মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীক আদৰণি জনালে বিমান বন্দৰত।